பொருள் : বিদ্যা বা কলা শিকোৱা ব্যক্তি
							எடுத்துக்காட்டு : 
							গুৰুৰ অবিহনে জ্ঞান প্রাপ্তি নহয়
							
ஒத்த சொற்கள் : উস্তাদ
பொருள் : যিজন কলাকাৰে সিদ্ধি লাভ কৰিছে
							எடுத்துக்காட்டு : 
							সমাজত গুণী কলাকাৰৰ যথেষ্ট অভাৱ
							
ஒத்த சொற்கள் : ওস্তাদ, কলাগুৰু, গুণী কলাকাৰ
பொருள் : যিজন ব্যক্তিয়ে শিক্ষার্থীসকলক জ্ঞানপ্রদান কৰে বা পঢ়ায়:শিক্ষক আৰু ছাত্রৰ সম্পর্ক মধুৰ হʼব লাগে
							எடுத்துக்காட்டு : 
							
							
ஒத்த சொற்கள் : অধ্যাপক, আচার্য, পণ্ডিত, শিক্ষক, শিক্ষাগুৰু