பொருள் : প্রবৃত্ত কৰা
							எடுத்துக்காட்டு : 
							গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে
							
ஒத்த சொற்கள் : ঘূৰোৱা
பொருள் : যিয়ে দিয়াজনক পুনৰাই দিছে
							எடுத்துக்காட்டு : 
							ঘৰ সাজিবৰ কাৰণে মই যি ঋণ লৈছিলো সেইয়া এবছৰৰ ভিতৰতেই ঘূৰাই দিলোঁ
							
ஒத்த சொற்கள் : পৰিশোধ কৰা
பொருள் : ওলোটাই দিয়া
							எடுத்துக்காட்டு : 
							দোকানীয়ে ঘূৰাই দিয়া সামগ্রী ৰাখিবলৈ অস্বীকাৰ কৰিলে
							
ஒத்த சொற்கள் : ফিৰোৱা