பொருள் : প্রবৃত্ত কৰা
							எடுத்துக்காட்டு : 
							গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে
							
ஒத்த சொற்கள் : ঘূৰাই দিয়া
பொருள் : চাৰিওফালে ফুৰা
							எடுத்துக்காட்டு : 
							বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে
							
பொருள் : দিশ পৰি্বর্তন ্কৰা
							எடுத்துக்காட்டு : 
							পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে
							
பொருள் : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য
							எடுத்துக்காட்டு : 
							গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা
							
ஒத்த சொற்கள் : ফুৰোৱা
பொருள் : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য
							எடுத்துக்காட்டு : 
							তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে
							
பொருள் : বতাহত ইফালে-সিফালে হালি থকা
							எடுத்துக்காட்டு : 
							প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে