பொருள் : যি ঠাই কাৰোবাৰ বাবে ভালদৰে পৰিচিত
							எடுத்துக்காட்டு : 
							এলাহাবাদতো মোৰ বাবে ঘৰৰ নিচিনা
							
பொருள் : ৰেখা আদিৰে ঘেৰি থকা স্থান
							எடுத்துக்காட்டு : 
							তেওঁ নিজৰ উত্তৰ বহীত ঘৰ বনাই আছে
							
பொருள் : নিজৰ দেশ
							எடுத்துக்காட்டு : 
							আমেৰিকাত দুবছৰ কটোৱাৰ পিছত শ্যাম স্বদেশলৈ ঘূৰিল
							
ஒத்த சொற்கள் : নিজ দেশ, স্বদেশ, স্বৰাষ্ট্র
பொருள் : গুটিৰে খেলা খেলত গুটি চলাবৰ কাৰণে কাগজ, কাঠ আদিৰ ওপৰত বনোৱা বিভাগ
							எடுத்துக்காட்டு : 
							তেওঁ ্দবা খেলৰ গুটিটোক আগৰ ঘৰলৈ আগবঢ়াই দিলে