பொருள் : ইফাল-সিফাল
							எடுத்துக்காட்டு : 
							পুলিচে কন্দুৱাগেছ এৰাৰ লগে-লগে ভীৰ কৰা জনতা ছিন্ন-ভিন্ন হৈ পৰিল
							
பொருள் : যিটো ইফালে-সিফালে সিঁচৰতি হৈ আছে
							எடுத்துக்காட்டு : 
							ছেদেলি-ভেদেলি হৈ থকা মানুহবোৰক শ্রেণীবদ্ধ হʼবলৈ কোৱা হʼল
							
ஒத்த சொற்கள் : ছেদেলি-ভেদেলি