பொருள் : যাৰ হুঁচ ্ বা চেতন নাই
							எடுத்துக்காட்டு : 
							প্রিয় বন্ধুৰ মৃত্যুৰ খবৰ পাই তেওঁ অচেতন হৈ পৰিল
							
ஒத்த சொற்கள் : অচেতন, অচৈতন্য, অজ্ঞান, অসংজ্ঞ্য, চেতনাশূন্য, চেতনাহীন, জ্ঞানশূন্য, জ্ঞানহাৰা, নিঃসংজ্ঞ, বেহুঁচ, মূর্চ্ছা যোৱা-, মূর্চ্ছিত, সংজ্ঞাশূন্য, সংজ্ঞাহীন
பொருள் : যি অজ্ঞানেৰে ভৰি আছে
							எடுத்துக்காட்டு : 
							অজ্ঞানী ব্যক্তিয়ে সংসাৰক দুখময় বুলি ভাবে
							
ஒத்த சொற்கள் : অজ্ঞানী