பொருள் : যি যন্ত্রৰ দ্বাৰা গান, ভাষণ আদি টেপ কৰিব পৰা যায় বা শুনিব পৰা যায়
							எடுத்துக்காட்டு : 
							তেওঁ দিনৰ দিনটো টেপ শুনি থাকে
							
ஒத்த சொற்கள் : টেপ-ৰেকর্ডাৰ
பொருள் : চুম্বকীয় ফিটাযুক্ত এবিধ সামগ্রী যি ধ্বনি বা ভিডিঅʼ ্ৰেকর্ড ্কৰা বা শুনাৰ কামত আহে
							எடுத்துக்காட்டு : 
							মোৰ ওচৰত লতা আৰু ৰফীৰ সকলো গানৰ কেছেট আছে
							
ஒத்த சொற்கள் : কেছেট
பொருள் : চুম্বকীয় ফিটাৰ ওপৰত ৰেকর্ড ্কৰা কার্য
							எடுத்துக்காட்டு : 
							তেওঁ নিজৰ সন্তানৰ কলকলনি টেপ কৰি থʼলে