பொருள் : তৰল বা দ্রৱৰ এক অৱস্থা বা ভাব
							எடுத்துக்காட்டு : 
							তাপমান শূন্য ডিগ্রী ছেণ্টিগ্রেড বা তাতকৈ কম হোৱাৰ লগে লগে পানীৰ তৰলতা গুণ নোহোৱা হয়
							
ஒத்த சொற்கள் : দ্রৱত্ব
பொருள் : টকা-পইচাৰ ৰূপত হোৱা এক অৱস্থা বা সহজে টকা-পইচালৈ পৰিৱৰ্তি কৰিব পৰা এক অৱস্থা
							எடுத்துக்காட்டு : 
							ভাৰতীয় টকাৰ তৰলতা আছে