பொருள் : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা
							எடுத்துக்காட்டு : 
							মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো
							
ஒத்த சொற்கள் : থৈ অহা
பொருள் : বেয়া হʼবলৈ নিদিয়া
							எடுத்துக்காட்டு : 
							আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি
							
ஒத்த சொற்கள் : ৰখা
பொருள் : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা
							எடுத்துக்காட்டு : 
							মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ
							
ஒத்த சொற்கள் : থৈ অহা