பொருள் : হাতত লৈ যোৱা পোন, কিছু দীঘল আৰু পাতল আকাৰ কাঠ বিশেষ
							எடுத்துக்காட்டு : 
							আইতাই লাখুটি লৈ খোজকাঢ়ি আছে
							
ஒத்த சொற்கள் : লাখুটি
பொருள் : পাল্লা বান্ধি থোৱা তুলাচনীৰ দণ্ড বিশেষ
							எடுத்துக்காட்டு : 
							শস্য জুখি থাকোতে তুলাচনী দণ্ডডাল ভাগি থাকিল
							
ஒத்த சொற்கள் : তুলাচনী দণ্ড, দগাপাল্লা দণ্ড
பொருள் : ষাঠী পল বা চৌবিশ মিনিটৰ সময়
							எடுத்துக்காட்டு : 
							আজি ৰাতি কেচুৱাটো এক দণ্ডও নুশুলে
							
பொருள் : যি ডাল লাঠিৰে কুমাৰে চাক ঘূৰায়
							எடுத்துக்காட்டு : 
							কুমাৰে দণ্ডৰে চাকখন জোৰেৰে ঘূৰাই আছে
							
ஒத்த சொற்கள் : কুমাৰৰ দণ্ড