பொருள் : নিজক কৰা উপকাৰ মানি লোৱা লোক
							எடுத்துக்காட்டு : 
							আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
							
ஒத்த சொற்கள் : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, বাধিত
பொருள் : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
							எடுத்துக்காட்டு : 
							আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
							
ஒத்த சொற்கள் : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, বাধিত
பொருள் : যি নিজৰ কাম হৈ যোৱাৰ বাবে প্রসন্ন আৰু সন্তুষ্ট হয়
							எடுத்துக்காட்டு : 
							ভগৱানৰ কৃপাত এতিয়া মোৰ জীৱন কৃতার্থ হʼল
							
ஒத்த சொற்கள் : কৃতার্থ