பொருள் : শিশুৰ চোৱাচিতা কৰা দাসী
							எடுத்துக்காட்டு : 
							কাম-কাজত ব্যস্ত মহিলাসকলে নিজৰ শিশুৰ কাৰণে ধাই ৰাখে
							
பொருள் : কেঁচুৱা জন্ম দিয়াত সহায়তা কৰা স্ত্রী
							எடுத்துக்காட்டு : 
							আজিকালি ্গাঁৱৰ ধাইসকলকো চৰকাৰী প্রশিক্ষণ দিয়া হয়
							
ஒத்த சொற்கள் : ধাই মাতৃ
பொருள் : প্রসূতিৰ যতন আৰু সেৱা-শুশ্রূষা কৰা কৰা স্ত্রী
							எடுத்துக்காட்டு : 
							চিকিৎসকে প্রসূতিৰ চোৱা-চিতাৰ কাৰণে এগৰাকী ধাই নিযুক্ত কৰিলে
							
ஒத்த சொற்கள் : ধাত্রী