பொருள் : যোগৰ সপ্তম তথা সমাধিৰ পূর্ব অংগ স্বৰূপ কোনো বিষয়, বিশেষকৈ ধার্মিক বিষয় বা অলৌকিক প্রভাৱৰ একেৰাহে কিছু সময়লৈকে হোৱা গভীৰ মনন বা চিন্তন
							எடுத்துக்காட்டு : 
							সন্তজন ধ্যানত লীন হৈ আছে
							
பொருள் : কোনো কথা বা কামত মন লীন হোৱা দশা বা ভাব
							எடுத்துக்காட்டு : 
							ৰমেশে বৰ মনোযোগেৰে পঢ়ে
							
ஒத்த சொற்கள் : মনোযোগ