பொருள் : বৰষুণৰ পানী বৈ অহা জলপথ
							எடுத்துக்காட்டு : 
							একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে
							
ஒத்த சொற்கள் : নলা-নর্দ্্মা
பொருள் : যি নলীৰে লেতেৰা পানী আদি বৈ যায়
							எடுத்துக்காட்டு : 
							ঘৰৰ নর্দ্্মাৰ পৰা ওলোৱা পানী গৈ বাটত একগোট হʼলে বেমাৰৰ উৎপন্ন হʼব পাৰে
							
ஒத்த சொற்கள் : নর্দ্্মা
பொருள் : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়
							எடுத்துக்காட்டு : 
							এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে
							
ஒத்த சொற்கள் : নলা-নর্দ্্মা