பொருள் : নাকৰ ছিদ্র
							எடுத்துக்காட்டு : 
							নাসাৰন্ধ্র চাফা নকৰিলে উশাহ লোৱাত কষ্ট হয়
							
ஒத்த சொற்கள் : নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকা বিবৰ
பொருள் : নাকৰ অগ্রভাগত থকা বিন্ধা দুটা
							எடுத்துக்காட்டு : 
							তেওঁ ্ নাকৰ পাহিত নাকফুলি পিন্ধিছে
							
ஒத்த சொற்கள் : নাকটি, নাকডেওনা, নাকৰ পাহি, নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকাগ্র