பொருள் : বনৰীয়া আৰু ঘৰচীয়া হিচাপে পোৱা যোৱা এবিধ মজলীয়া আকাৰৰ চৰাই, যাক শান্তিৰ প্রতীক হিচাপে গণ্য কৰা হয়:আগৰ দিনত পাৰ চৰাইয়ে বার্তাবাহকৰ কাম কৰিছিল
							எடுத்துக்காட்டு : 
							
							
ஒத்த சொற்கள் : পাৰ চৰাই
பொருள் : সন্মুখত থকা অন্য ফাল
							எடுத்துக்காட்டு : 
							আন্ধাৰ হোৱাৰ আগতেই আমি জংঘল পাৰ হোৱা উচিত
							
பொருள் : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা
							எடுத்துக்காட்டு : 
							নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে
							
ஒத்த சொற்கள் : তীৰ
பொருள் : পাৰ পোৱা বা পাৰত উপনীত হোৱা কার্য
							எடுத்துக்காட்டு : 
							ৰামদেৱে নদী পাৰ হʼবৰ কাৰণে মাজীৰ পৰা নাওখন বিচাৰিলে