பொருள் : জন্তু বা প্রাণীৰ উৎপত্তি, বিকাশ, স্বৰূপ আৰু সিহঁতৰ বিভিন্ন বিভাগ আদিৰ বিচাৰ-বিশ্লেষণ কৰা বিজ্ঞান
							எடுத்துக்காட்டு : 
							প্রাণীবিজ্ঞান সুশান্তৰ প্রিয় বিষয়
							
ஒத்த சொற்கள் : প্রাণী বিজ্ঞান
பொருள் : যি বিজ্ঞানত জীৱ-জন্তু আৰু বনস্পতি আদিৰ উৎপত্তি, স্বৰূপ, বিকাশ আৰু শ্রেণীবিভাজন আদিৰ বিশেষভাৱে অধ্যয়ন কৰা হয়
							எடுத்துக்காட்டு : 
							মনীষদেৱ প্রাণীবিজ্ঞানৰ প্রৱক্তা
							
ஒத்த சொற்கள் : জীৱ বিজ্ঞান, জীৱবিজ্ঞান, প্রাণী বিজ্ঞান