பொருள் : যাক আমি আপোন বুলি ভাবিব নোৱাৰোঁ
							எடுத்துக்காட்டு : 
							নিস্বার্থ সেৱকে আপোন আৰু পৰৰ মাজত ভেদ সৃষ্টি নকৰে
							
ஒத்த சொற்கள் : অনাত্মীয়
பொருள் : যি আপোন নহয়
							எடுத்துக்காட்டு : 
							পৰক আপোন বুলি ভবাৰ বাবেই আমি মায়াৰ পাশত আৱদ্ধ হওঁ হিন্দু দর্শনে জগতখনক পৰ বুলি কৈছে
							
ஒத்த சொற்கள் : আনাত্মীয়
பொருள் : নিজৰ আত্মীয় বা সমাজৰ বাহিৰৰ ব্যক্তি
							எடுத்துக்காட்டு : 
							পৰ লোককো আদৰ কৰা উচিত
							
ஒத்த சொற்கள் : অনাত্মীয়