பொருள் : পৰম্পৰাবাদক মানি চলা ব্যক্তি
							எடுத்துக்காட்டு : 
							পৰম্পৰাবাদীসকলৰ সৈতে মোৰ কোনো মতবিৰোধ নাই
							
பொருள் : পুৰণি ধ্যান-ধাৰণা মানি চলা ব্যক্তি
							எடுத்துக்காட்டு : 
							চহৰৰ তুলনাত গাঁৱত পৰম্পৰাবাদীৰ সংখ্যা অধিক
							
ஒத்த சொற்கள் : ৰুঢ়ীবাদী
பொருள் : পৰম্পৰাবাদক মানি চলা
							எடுத்துக்காட்டு : 
							মই এটা পৰম্পৰাবাদী পৰিয়ালত ডাঙৰ-দীঘল হৈছোঁ