பொருள் : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা
							எடுத்துக்காட்டு : 
							সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে
							
ஒத்த சொற்கள் : প্রমাণ কৰা, পৰীক্ষা কৰা
பொருள் : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণ নি্র্ণ্্য় কৰা
							எடுத்துக்காட்டு : 
							পুলিচে তথ্য সমূহৰ অনুসন্ধান কৰি আছে
							
ஒத்த சொற்கள் : অনুসন্ধান কৰা, অন্বেষণ কৰা