பொருள் : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়
							எடுத்துக்காட்டு : 
							তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল
							
ஒத்த சொற்கள் : ফটা
பொருள் : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
							எடுத்துக்காட்டு : 
							শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
							
ஒத்த சொற்கள் : আঁতৰি যোৱা, আঁ্তৰা, ফটা
பொருள் : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য
							எடுத்துக்காட்டு : 
							গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে
							
ஒத்த சொற்கள் : ফটা
பொருள் : শুকাই যোৱা বা কোঁচখাই যোৱাৰ কাৰণে ফটা এক অৱস্থা
							எடுத்துக்காட்டு : 
							জাৰকালি শৰীৰত তেল নলগালে ছাল ফাটি যায়
							
ஒத்த சொற்கள் : চিৰাচিৰ হোৱা
பொருள் : শুকাই যোৱাৰ কাৰণে ফাটি যোৱা এক অৱস্থা
							எடுத்துக்காட்டு : 
							খৰাং বতৰৰ কাৰণে মাটি ফাটি গʼল
							
ஒத்த சொற்கள் : চিৰাল ফটা দিয়া