பொருள் : কোনো উদ্ভিদ ফুলেৰে সুশোভিত কৰি তোলা কার্য
							எடுத்துக்காட்டு : 
							বসন্ত কালে কিছুমান ফুল ফুলাই তোলে
							
ஒத்த சொற்கள் : ফুলাই তোলা
பொருள் : ফুলা বা বিকশিত হোৱাত প্ৰবৃত্ত কৰা
							எடுத்துக்காட்டு : 
							কৃত্ৰিম পদ্ধতিৰে এই কলপুলিখিনি ফুলোৱা হৈছে
							
ஒத்த சொற்கள் : পৰিস্ফূট কৰা
பொருள் : কোনো বস্তুৰ ভিতৰত বায়ু, তৰল পদার্থ আদিৰে হেচা প্রয়োগ কৰি বিস্তাৰিত কৰা
							எடுத்துக்காட்டு : 
							লʼৰাটোৱে বেলুন ফুলায় আছে