பொருள் : বিশ আৰু দুইক যোগ কৰিলে পোৱা সংখ্যা
							எடுத்துக்காட்டு : 
							এঘাৰ আৰু এঘাৰ মিলি বাইশ হয়
							
ஒத்த சொற்கள் : একুৰি দুই, দ্বাবিংশতি
பொருள் : বিশ আৰু দুই
							எடுத்துக்காட்டு : 
							নিজৰ কাব্য প্রতিভাৰ কাৰণে শ্যাম বাইশ বছৰ বয়সতে প্রসিদ্ধ হৈ পৰিল
							
ஒத்த சொற்கள் : দ্বা-বিংশ, দ্বা-বিংশতি, দ্বাবিংশ, দ্বাবিংশতি