பொருள் : কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা
							எடுத்துக்காட்டு : 
							সন্মিলনত নিবনুৱা সমস্যাৰ সন্দর্ভত চিন্তা-চর্চা কৰি থকা হৈছে
							
ஒத்த சொற்கள் : আলোচনা, আলোচনা-বিলোচনা, চিন্তা-চর্চা
பொருள் : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া
							எடுத்துக்காட்டு : 
							আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে
							
ஒத்த சொற்கள் : পর্যালোচনা, বিচাৰ, বিবেচনা, মীমাংসা, মূল্যায়ন