பொருள் : আনৰ কথাক উপেক্ষা কৰি নিজৰ কথা কʼবলৈ বিচৰা কার্য
							எடுத்துக்காட்டு : 
							তেওঁৰ বিতণ্ডাত সকলো অসন্তুষ্ট হৈছে
							
பொருள் : অনাহকত কৰা তর্ক ্বা বিবাদ
							எடுத்துக்காட்டு : 
							এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
							
ஒத்த சொற்கள் : বাক-বিতণ্ডা, বাদ-বিতণ্ডা