பொருள் : কোনো শৈক্ষিক সংস্থাৰ শিক্ষক, বিদ্যার্থী আদি
							எடுத்துக்காட்டு : 
							পোন্ধৰ আগষ্টত সম্পূর্ণ বিদ্যালয়ে খেল ধেমালিত অংশগ্রহণ কৰিলে
							
ஒத்த சொற்கள் : স্কুল
பொருள் : যি সময়সীমাৰ ভিতৰত স্কুলৰ শিক্ষাদান আদি কার্য হয়
							எடுத்துக்காட்டு : 
							স্কুলৰ পিছত আমি চিধা ঘৰলৈ যাম  মোৰ স্কুল চাৰি বজালৈকে হয়
							
ஒத்த சொற்கள் : স্কুল
பொருள் : এক শৈক্ষিক সংস্থা বা শিক্ষা প্রদান কৰোঁতা সংস্থা
							எடுத்துக்காட்டு : 
							এই বিদ্যালয় চাৰি বছৰ আগতে স্থাপন হৈছিল
							
ஒத்த சொற்கள் : শিক্ষানুস্থান