பொருள் : যি প্রক্রিয়াৰ দ্বাৰা ভিন ভিন দেশৰ মূদ্রাৰ আপেক্ষিক মূল্য স্থিৰ কৰা হয় আৰু সেই অনুসৰি পাৰস্পৰিক লেন-দেন কৰা হয়
							எடுத்துக்காட்டு : 
							বিনিময়ৰ বাবেই টকাৰ মূল্য প্রতিদিনে কমি বা বাঢ়ি থাকে
							
பொருள் : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া
							எடுத்துக்காட்டு : 
							বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন
							
ஒத்த சொற்கள் : অদল-বদল, অদলী-বদলী, আদান-প্রদান, ৰদ-বদল
பொருள் : এটা বস্তু লৈ তাৰ সলনি আন বস্তু দিয়া ক্রিয়া
							எடுத்துக்காட்டு : 
							বস্তু বিনিময়ৰ ক্ষেত্রত ্ তেওঁ ঠগ ্ খালে
							
ஒத்த சொற்கள் : বস্তু বিনিময়
பொருள் : ভিন-ভিন পক্ষ বা দেশৰ লেনদেন বিনিময় পত্রৰ অনুসৰি হোৱা এক প্রক্রিয়া
							எடுத்துக்காட்டு : 
							ভাৰতৰ ভালেমান দেশৰ লগত বিনিময় আছে