பொருள் : কোনো বিশেষ কাৰণত ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি থোৱা
							எடுத்துக்காட்டு : 
							শ্যামে নিৰ্দিষ্ট পোছাক পৰিধান কৰি সমাৰোহলৈ আহিছিল
							
ஒத்த சொற்கள் : নিৰ্দিষ্ট
பொருள் : সাধাৰণতকৈ অতিৰিক্ত তথা তাতকৈ অলপ আগবঢ়া বা যিমান হোৱা উচিত বা হয় তাতকৈ অলপ অধিক
							எடுத்துக்காட்டு : 
							মই ইয়াত এক বিশেষ কামৰ কাৰণে আহিছোঁ
							
ஒத்த சொற்கள் : জৰুৰী