பொருள் : অলপ অলপ কথাতে বিৰক্ত বা আমনি লগা ভাব
							எடுத்துக்காட்டு : 
							মায়ে আজিকালি বৰ আমনি কৰে
							
ஒத்த சொற்கள் : আমনি কৰা
பொருள் : এনে উপায় বা প্রয়াস কৰা যাৰ দ্বাৰা কোনোজনৰ মন কʼতো নবহে
							எடுத்துக்காட்டு : 
							প্রতিদিনৰ হাই-কাজিয়াই মোৰ মন ঘৰৰ পৰা উদাসীন কৰিলে
							
ஒத்த சொற்கள் : উদাসীন কৰা
பொருள் : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা
							எடுத்துக்காட்டு : 
							মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে
							
ஒத்த சொற்கள் : আমনি কৰা