பொருள் : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
							எடுத்துக்காட்டு : 
							মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
							
ஒத்த சொற்கள் : কোৱা
பொருள் : কোনো কথা আদি জানি লোৱা
							எடுத்துக்காட்டு : 
							বহুত বুজোৱাৰ পিছতো তেওঁ এই প্রশ্নটোৰ উত্তৰ দিব নোৱাৰিলে
							
பொருள் : বোধ বা জ্ঞান উদয় হোৱা
							எடுத்துக்காட்டு : 
							শিক্ষকে ছাত্র-ছাত্রীক গণিত বুজাইছে
							
பொருள் : কাৰোবাৰ বোধ হোৱাকৈ কথা কোৱা
							எடுத்துக்காட்டு : 
							তেওঁ পথভ্রষ্ট শিশুবোৰক বুজাই আছে