பொருள் : ভাড়া দি কোনো বাহনত কʼৰবালৈ যোৱা যাত্রী অথবা কʼৰবালৈ নিয়া সামগ্রী
							எடுத்துக்காட்டு : 
							সকলো টেক্সীৱালাই ভাৰা লৈ গʼল
							
ஒத்த சொற்கள் : ভাৰা
பொருள் : কোনো বাহনত উঠাৰ বাবদ দিবলগীয়া হোৱা নিশ্চিত ধন
							எடுத்துக்காட்டு : 
							ইয়াৰ পৰা দিল্লীলৈ  ভাড়া কিমান
							
ஒத்த சொற்கள் : পৰিবহন ভাৰা, ভাৰা