பொருள் : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা
							எடுத்துக்காட்டு : 
							আইতাই ককাক ইংগিতেৰে মাতি আছে
							
பொருள் : আমন্ত্রণ জনোৱা
							எடுத்துக்காட்டு : 
							তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে
							
ஒத்த சொற்கள் : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা
பொருள் : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা
							எடுத்துக்காட்டு : 
							ৰাতিপুৱা চৰায়ে মাতে
							
பொருள் : কোনো পৰিচিতৰ লগত কথা কোৱা
							எடுத்துக்காட்டு : 
							আজিকালি শীলাই মোক নামাতে