பொருள் : আনন্দ পাওঁতে অনুভৱ হোৱা
							எடுத்துக்காட்டு : 
							এই দৃশ্যটো মোৰ ভাল লাগিছে
							
ஒத்த சொற்கள் : ভাল লগা, মন ভুলোৱা, সুখপ্রদ লগা
பொருள் : ৰুচিৰ অনুকূল হোৱা
							எடுத்துக்காட்டு : 
							আপোনাৰ সকলো বস্তুৱেই পচন্দ হʼব বুলি কোনো কথা নাই  মোৰ এই কামটো ভাল লগা নাই
							
ஒத்த சொற்கள் : পচন্দ হোৱা, ভাল লগা, মন লগা, মনোমত হোৱা, ৰুচিকৰ হোৱা