பொருள் : কাঁচ, মাটি আদিৰে তৈয়াৰী সৰু গোলাকাৰ খেলৰ সামগ্রী, যিটো সৰু লʼৰা-ছোৱালীয়ে খেলি ভাল পায়
							எடுத்துக்காட்டு : 
							সৰু লʼৰা-ছোৱালীবোৰে মার্বল খেলি আছে
							
ஒத்த சொற்கள் : বিৰিংগুটি
பொருள் : এবিধ খুউব উজ্জ্বল, ধুনীয়া বগা পাথৰ
							எடுத்துக்காட்டு : 
							তাজমহল মার্বল ্ পাথৰেৰে নির্মিত
							
ஒத்த சொற்கள் : মর্মৰ প্রস্তৰ, মার্বল ্পাথৰ