பொருள் : যি লিপিত মালায়ালম ভাষা লিখা হয়
							எடுத்துக்காட்டு : 
							এই স্তম্ভটোৰ ওপৰত মালায়ালমত কিবা লিখা আছে
							
ஒத்த சொற்கள் : মালায়ালম লিপি
பொருள் : তামিল ভাষাৰ সৈতে অতি ওচৰৰ সম্বন্ধ থকা এটা দ্রাবিড় পৰিয়ালৰ ভাষা যিটো দক্ষিণ ভাৰতত কোৱা হয়
							எடுத்துக்காட்டு : 
							মই মালয়ালম কʼব পাৰোঁ
							
ஒத்த சொற்கள் : মালয়ালম