பொருள் : মিনাৰৰ ওপৰৰ ভাগ অথবা কোনো অট্টালিকাৰ ওপৰত সজা মিনাৰ
							எடுத்துக்காட்டு : 
							বুৰুজৰ ওপৰত উৰি থকা পতাকাখন দূৰৰ পৰাই দেখা পোৱা যায়
							
ஒத்த சொற்கள் : বুৰুজ
பொருள் : কোনো ভৱনৰ লগত সংলগ্ন হৈ থকা বা অকলে থিয় হৈ থকা মানুহে নি্র্মাণ কৰা এক অৱয়ব, যাৰ উচ্চতা তাৰ ব্যাসতকৈ বেছি
							எடுத்துக்காட்டு : 
							মিনাৰৰ ভিতৰত হায়দৰাবাদৰ চাৰমিনাৰ প্রসিদ্ধ
							
ஒத்த சொற்கள் : স্তম্ভ