பொருள் : খোৰাই খোৰাই খোজকঢ়া অৱস্থা
							எடுத்துக்காட்டு : 
							আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?
							
ஒத்த சொற்கள் : পেঙ্গুচিয়া, লেকেচিয়া
பொருள் : যিজনৰ হাত বা ভৰিত বিকৃতি আছে
							எடுத்துக்காட்டு : 
							চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল
							
ஒத்த சொற்கள் : লেঙ্গেৰা
பொருள் : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে
							எடுத்துக்காட்டு : 
							লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে
							
ஒத்த சொற்கள் : খোৰা
பொருள் : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে
							எடுத்துக்காட்டு : 
							লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে
							
பொருள் : যাৰ এটা ভৰি ভাঙিল
							எடுத்துக்காட்டு : 
							লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল