பொருள் : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী
							எடுத்துக்காட்டு : 
							সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো
							
ஒத்த சொற்கள் : গল্প, লোক কথা, লোক কাহিনী, সাধু
பொருள் : লোক পৰম্পৰা অনুসৰি চলি অহা কথা, কিন্তু যাৰ কোনো সঠিক বা যাৱতীয় প্রমাণ নাথাকে
							எடுத்துக்காட்டு : 
							এই মন্দিৰটোক লৈ ভালেমান লোককথা প্রচলিত হৈ আহিছে
							
ஒத்த சொற்கள் : কিম্বদন্তী, জনপ্রবাদ, লোকপ্রবাদ