பொருள் : নতুন বস্তু বা কথা সংযোগ কৰি সুন্দৰ কৰি ৰখা কার্য
							எடுத்துக்காட்டு : 
							নতুন বোৱাৰীজনীয়ে ঘৰখন ধুনীয়াকৈ সজাই থৈছে
							
ஒத்த சொற்கள் : অলংকৃত কৰা, অলঙ্কৃত কৰা, সজ্জিত কৰা
பொருள் : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
							எடுத்துக்காட்டு : 
							দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
							
ஒத்த சொற்கள் : ব্যৱস্থিত কৰা, লগোৱা
பொருள் : আহাৰ সন্মুখত ৰখা
							எடுத்துக்காட்டு : 
							তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
							
ஒத்த சொற்கள் : পৰিৱেশন কৰা