பொருள் : কাৰোবাৰ কাম আদিত এনেধৰণে যোগ দিয়া কার্য ্যাৰ কাৰণে সেই কাম সোনকালে আৰু ভালদৰে হয়
							எடுத்துக்காட்டு : 
							এই কামটো কৰাত তেওঁ ্মোক সহযোগ কৰিলে
							
ஒத்த சொற்கள் : সহায়তা
பொருள் : এজনতকৈ অধিক ব্যক্তি একেলগ হৈ কোনো কাম কৰা কার্য ্বা ভাব
							எடுத்துக்காட்டு : 
							চাৰিখন দেশৰ সহযোগত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে
							
ஒத்த சொற்கள் : সহযোগিতা