பொருள் : ঘাঁহ-বন বা গছৰ পাতৰ দৰে যি ৰং
							எடுத்துக்காட்டு : 
							চিত্রকৰজনে ভাটোটোৰ গাত সেউজীয়া ৰং দিছে
							
ஒத்த சொற்கள் : কলপতীয়া, কলপতীয়া ৰং, শ্যামল, শ্যামলিমা, সেউজীয়া বৰণ, সেউজীয়া ৰং, হৰিৎ বৰণ, হৰিৎ্বর্ণ
பொருள் : সেউজীয়া গছ-গছনিৰ সমূহ বা বিস্তাৰ
							எடுத்துக்காட்டு : 
							বর্ষা ঋতুত সেউজীয়া বৃদ্ধি পায়
							
ஒத்த சொற்கள் : হৰিৎ্বর্ণ
பொருள் : গছ-গছনি সেউজ ৰঙৰ হোৱা ~
							எடுத்துக்காட்டு : 
							পানী পোৱাৰ লগে লগে ৰʼদত লেৰেলি যোৱা গছজোপা সেউজীয়া হৈ পৰিল
							
பொருள் : যি শুকান বা মৰহি যোৱা নহয়
							எடுத்துக்காட்டு : 
							এই বাগিচাখনৰ সকলো গছেই সেউজীয়া
							
ஒத்த சொற்கள் : সেউজপূর্ণ, সেউজবুলীয়া, সেউজী
பொருள் : যিটো সেউজীয়া বৰণৰ
							எடுத்துக்காட்டு : 
							গার্ডে সেউজীয়া পতাকা দেখুৱাৰ লগে লগে গাড়ীবোৰ চলিবলৈ ধৰিলে
							
ஒத்த சொற்கள் : হৰিৎ
பொருள் : যি মৰহি যোৱা নাই বা যʼত জীৱনী শক্তি আছে
							எடுத்துக்காட்டு : 
							পানী সিচি দিয়াৰ কাৰণে গৰমতো উদ্ভিদবোৰ সেউজীয়া হৈ আছে
							
பொருள் : যʼত সেউজীয়া গছ-গছনিৰে ভৰি আছে
							எடுத்துக்காட்டு : 
							জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে মানুহে সেউজীয়া সেউজীয়া হাবিবোৰ কাটিবলৈ ধৰিছে
							
ஒத்த சொற்கள் : সেউজীয়া সেউজীয়া