பொருள் : যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
							எடுத்துக்காட்டு : 
							ভাৰতীয় সেনাবাহিনীয়ে শত্রুৰ শৃংখলা ছেদেলি-ভেদেলি কৰি দিলে
							
ஒத்த சொற்கள் : ফৌজ, সেনা, সেনাদল, সেনানী, সেনাবাহিনী
பொருள் : সেনাৰ সমূহ
							எடுத்துக்காட்டு : 
							আলেকজেণ্ডাৰৰ পিছত ্তেওঁৰ দক্ষ সেনাবাহিনী গৈ আছে
							
ஒத்த சொற்கள் : সেনাদল, সেনাবাহিনী