பொருள் : যিটো বস্তু প্রথমতে থকা স্থানৰ পৰা অন্য কোনো স্থানলৈ পঠিয়াই দিয়া হয়
							எடுத்துக்காட்டு : 
							স্থানান্তৰিত ব্যক্তিজন কাইলৈৰ পৰা কার্যালয়লৈ আহিব
							
பொருள் : নিজৰ স্থানৰ পৰা আঁতৰ্াই দিয়া
							எடுத்துக்காட்டு : 
							তেওঁ ্ স্থানচ্যুত বস্তুবোৰ আকৌ নিজৰ নিজৰ ঠাইত ৰাখিছিল
							
ஒத்த சொற்கள் : অপসাৰিত, অপসৃত, দূৰীকৃত, দূৰীভূত, স্থানচ্যুত