பொருள் : দহটা এশ যোগ কৰিলে যি সংখ্যা পোৱা যায়
							எடுத்துக்காட்டு : 
							পাঁচশ আৰু পাঁচশ মিলি হাজাৰ হয়
							
ஒத்த சொற்கள் : সহস্র
பொருள் : অংকৰ গণনাত এককৰ ফালৰ পৰা গণনা কৰিলে চতুর্থ ্স্থানত পোৱা সেই মান যʼত এক হাজাৰ গুণিতকৰ বোধ জন্মে
							எடுத்துக்காட்டு : 
							পাঁচ হাজাৰ দুইত পাঁচটো হাজাৰৰ স্থানত আছে
							
ஒத்த சொற்கள் : হেজাৰ