பொருள் : ভাৰতৰ উত্তৰ আৰু মধ্য ভাগত কোৱা আৰু দেৱনাগৰী লিপিত লিখা ভাষা বিশেষ
							எடுத்துக்காட்டு : 
							হিন্দী ভাৰতৰ ৰাষ্ট্রভাষা
							
ஒத்த சொற்கள் : হিন্দী ভাষা
பொருள் : যি বিষয়ত হিন্দী ভাষা আৰু তাৰ সাহিত্য, ব্যাকৰণ আদি অধ্যয়ন কৰা হয়
							எடுத்துக்காட்டு : 
							মই হিন্দীত এশ শতাংশ নম্বৰ লাভ কৰিছোঁ
							
பொருள் : হিন্দী ভাষাৰ বা হিন্দী ভাষাৰ সৈতে সম্বন্ধ থকা
							எடுத்துக்காட்டு : 
							মই হিন্দী চিনেমা চাবলৈ ভাল পাওঁ