பொருள் : কপট ভাব নথকা
							எடுத்துக்காட்டு : 
							মোহন এজন কপটহীন লোক
							
ஒத்த சொற்கள் : কপটতাশূন্য, কপটতাহীন, কপটহীন
பொருள் : প্রতাৰণা নকৰা
							எடுத்துக்காட்டு : 
							তেওঁৰ অকপট জীৱন সকলোৰে বাবে আদর্শ হৈ ৰʼল
							
ஒத்த சொற்கள் : ছলনাহীন
பொருள் : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
							எடுத்துக்காட்டு : 
							সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
							
ஒத்த சொற்கள் : উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে