பொருள் : ক্ষমতাহীন বা অক্ষম হোৱা অৱস্থা বা ভাব
							எடுத்துக்காட்டு : 
							অক্ষমতাৰ কাৰণে ৰামুৰ সৈতে এই কাম কৰিব পৰা নগʼল
							
ஒத்த சொற்கள் : অক্ষমতা, অসমর্থ্্তা, সামর্থহীনতা
பொருள் : অযোগ্য হোৱা অৱস্থা বা ভাব
							எடுத்துக்காட்டு : 
							অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
							
ஒத்த சொற்கள் : অদক্ষতা, অনিপুণতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অসামর্থ্য