பொருள் : কোনো কথা মনত ৰাখিবৰ কাৰণে বাৰে-বাৰে কোৱা বা পঢ়া
							எடுத்துக்காட்டு : 
							লʼৰা-ছোৱালীবোৰে নেওঁ্তা আওৰাই আছে
							
பொருள் : কোনো কথা বা কাম দ্বিতীয় বাৰ কোৱা বা কৰা
							எடுத்துக்காட்டு : 
							আমাৰ শিক্ষাগুৰুৱে কঠিন পাঠবোৰৰ সদায় পুনৰাবৃত্তি কৰে
							
ஒத்த சொற்கள் : দোহৰা, পুনৰাবৃত্তি কৰা
பொருள் : কোনো কথা কোৱাত প্রবৃত্ত কৰা
							எடுத்துக்காட்டு : 
							শিক্ষকে ছাত্র-ছাত্রীক পাঠ আওৰাই আছে
							
ஒத்த சொற்கள் : কোৱা