பொருள் : যি ঠাইৰ পৰা ৰেডিঅʼৰ কার্যসূচী প্রচাৰিত কৰা হয়
							எடுத்துக்காட்டு : 
							কৃষি আলোচনাৰ কাৰণে মোৰ খুৰাদেউ আকাশবাণী কেন্দ্রলৈ গৈছিল
							
ஒத்த சொற்கள் : আকাশবাণী কেন্দ্র, ৰেডিঅʼ ষ্টেচন
பொருள் : বিদ্যুৎ চুম্বকীয় তৰঙ্গৰ দ্বাৰা ৰেডিঅʼত কার্যসূচী প্রচাৰ কৰা প্রণালী
							எடுத்துக்காட்டு : 
							আকাশবাণী আৰু ্দূৰদর্শনৰ বিজ্ঞাপন সেৱাৰ পৰা চৰকাৰে ৰাজহ লাভ কৰে