பொருள் : সাক্ষী, সংকেত, প্রমাণ আদিৰ ৰূপত কৰা কোনো পূর্ব ্ঘটনা, উল্লেখ আদিৰ আলোচনা
							எடுத்துக்காட்டு : 
							তেখেতে কেইখনমান আদেশনামাৰ দ্বাৰা নিজৰ কথাৰ পোষকতা কৰিলে
							
பொருள் : কোনো বিষয়ত কাৰোবাৰ মত অথবা আদেশ লোৱাৰ কাৰণে সেই বিষয় বা তাৰ সৈতে সম্বন্ধিত কাগজ-পত্র কাৰোবালৈ পঠোৱা কার্য
							எடுத்துக்காட்டு : 
							মই এতিয়ালৈকে একো আদেশনামা পোৱা নাই